Utpal Sarma @Utpal_Assam
𝐏𝐫𝐞𝐬𝐢𝐝𝐞𝐧𝐭, 𝐀𝐥𝐥 𝐀𝐬𝐬𝐚𝐦 𝐒𝐭𝐮𝐝𝐞𝐧𝐭𝐬' 𝐔𝐧𝐢𝐨𝐧 (𝐀𝐀𝐒𝐔) Guwahati, Assam, India Joined January 2018-
Tweets615
-
Followers3K
-
Following11
-
Likes1K
নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত নতুন বজাৰ বিহুতলী (উজনি মাজুলী)ত অনুষ্ঠিত ব’হাগী উৎসৱত কালি “শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ কাব্যশাস্ত্ৰী লক্ষ্য চন্দ্ৰ মহন্তদেৱ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া”ৰ উদ্বোধক হিচাপে উপস্থিত থাকো। উজনি মাজুলীবাসী ৰাইজৰ মৰম…
সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত অনুস্থিত হোৱা "কেন্দ্ৰীয় ৰঙালী উৎসৱ" ২০২৪ত মুকলি সভাৰ নিৰ্দিষ্ট বক্তা আৰু স্মৃতিগ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকো। ডিব্ৰুগড়বাসীৰ অনুষ্ঠানটোৰ প্ৰতি এনে সঁহাৰিয়ে আমাক আপ্লুত কৰিছে।
বিশিষ্ট শিক্ষাবিদ, উত্তৰ-পূবৰ কুইজ আৰু তৰ্ক জগতৰ বাটকটীয়াস্বৰূপ শ্ৰদ্ধাৰ দিলীপ কুমাৰ বৰুৱাদেৱৰ মৃত্যুবাৰ্ষিকীত সশ্ৰদ্ধ সোঁৱৰণ।
গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু গোৱালপাৰাবাসী ৰাইজৰ সহযোগত আয়োজিত ৰঙালী বিহু উদযাপনত উপস্থিত থাকোঁ। সদৌ অসম ভিত্তিত আয়োজিত মুকলি বিহু প্ৰতিযোগিতাখনি উদ্বোধন কৰোঁ।
গণতন্ত্ৰৰ উৎসৱ। #LokasabhaElection2024 #MyVoteMyVoice #GotInked
Your statement on the Chakma Hajong crisis has caused massive repulsion and uproar in Assam. @KirenRijiju It is certain that people of Assam won’t accept any refugee or whatsoever post 1971. @himantabiswa has refuted claims of any such discussion with you or the GoI regarding…
ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তথা বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু ধনশিৰিবাসীৰ সহযোগত আমগুৰি বচাপথাৰ খেলপথাৰ অনুষ্ঠিত মুকলি বিহুৰ মুকলি সভাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকো।ধনশিৰিবাসী ৰাইজৰ মৰম আৰু আতিথ্যই আমাক আপ্লুত কৰিলে।
জ্ঞান , অহিংসা আৰু শুভবোধেৰে আলোকিত কৰা জৈন ধৰ্মৰ ২৪ সংখ্যক তীৰ্থংকৰ ভগৱান মহাবীৰৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছো।
সতী সাধনী দিৱসৰ পৱিত্ৰ দিনটোত মহান বীৰাঙ্গনা গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ বীৰাঙ্গনা সাধনীৰ আত্মবলিদান আৰু দেশপ্ৰেম আমাৰ বাবে সদায় অনুপ্ৰেৰণাৰ অমল উৎস হৈ ৰ’ব।
শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত যদি মূল নিৰ্বাচনী ইছ্যু হৈ উঠা নাই, তেনে গণতান্ত্ৰিক আখৰাত নতুন প্ৰজন্মৰ বাবে আশাৰ খবৰনো কি থাকিব!
সাত বিহুৰ মাজতে কলিয়াবৰৰ ঐতিহাসিক ভড়ালী নামঘৰত এভাগ নৈবেদ্য আগবঢ়াই সেৱা লওঁ। আশা কৰোঁ, অসমীয়া নতুন বছৰটো আটাইৰে বাবে প্ৰাপ্তিৰ বছৰ হওক, প্ৰত্যয়ৰ বছৰ হওক! ঈশ্বৰে সকলোৰে মংগল কৰক- প্ৰাৰ্থনা!
অভিনন্দন অভিনন্দন অভিনন্দন #upscresult2023
এতিয়া প্ৰশ্ন হয় - হিমন্ত বিশ্ব শৰ্মাই যে কৈ আছে অসমৰ পৰা মাত্ৰ এজনেহে আৱেদন কৰিছে, সেই তথ্যৰ আধাৰ কি? @himantabiswa
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা , শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আয়োজিত একাদশ বাৰ্ষিক মুকলি বিহুৰ সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক হিচাপে উপস্থিত থাকোঁ। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা এই বিহুখনীয়ে…
মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ১ ব’হাগৰ মুকলি বিহুত মুখ্য অতিথি হিচাপে উপস্থিত থাকোঁ। মৰিগাঁও সদৰ ছাত্ৰ সন্থাতে আমাৰ সাংগঠনিক জীৱনৰ আদিপাঠ শিকিছিলোঁ। এই মজিয়া, এইখনি মুকলি বিহু আমাৰ বাবে সদায়েই বিশেষ। উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
Dr. Samujjal Bhattach.. @SamujjalBhatta
59K Followers 376 Following Chief Advisor, All Assam Students' Union (AASU) & North East Students' Organisation | President, Asom Unnati Sabha | RTs & likes are not endorsements | MAA🙏🏻Lurinjyoti Gogoi @lurinjtgogoi
38K Followers 280 Following Official #Twitter handle of Lurinjyoti Gogoi / President, Assam Jatiya Parishad #AJP / Assam First Always and Forever / Ex. General Secretary, AASU #JoiAaiAxomDiganta Borah @Diganta82288504
11K Followers 2K Following ।। জয় আই অসম ।। জয়তু জননী।। স্বভিমানী অসমীয়া। Proud Assamese.RT/Likes are not endorsement.Ranoj Pegu (Modi Ka P.. @ranojpeguassam
229K Followers 4K Following Cabinet Minister for Higher Education, School Education, Tribal Affairs, Government of Assam.Liza Newar @liza_newar
2K Followers 143 Following Ex General Secretary of Handique Girls' College, Guwahati-2021-22 Email: [email protected]𝐃𝐮𝐥𝐮𝐣�.. @dulujeetdas
2K Followers 2K Following 𝗘𝘅𝗲𝗰𝘂𝘁𝗶𝘃𝗲 𝗠𝗲𝗺𝗯𝗲𝗿, 𝐀𝐀𝐒𝐔 𝐏𝐫𝐞𝐬𝐢𝐝𝐞𝐧𝐭,𝐓𝐚𝐦𝐮𝐥𝐩𝐮𝐫 𝐝𝐢𝐬𝐭𝐫𝐢𝐜𝐭 𝐀𝐀𝐒𝐔 𝐄𝐱.𝐒𝐞𝐜𝐫𝐞𝐭𝐚𝐫𝐲,𝐁𝐚𝐤𝐬𝐚 𝐀𝐀𝐒𝐔,Tridib Bhagabati @Tridib2000
2K Followers 146 Following President || Cotton University Students' Union 2022-23Basanta Deka @basantadeka21
1K Followers 57 Following Physics teacher and political activist. Author of The Universe and God; and The Design, The Betrayal, The Assam Movement among others.JITENDRA K CHOUDHURY @JITENDRAKCHOUDH
3K Followers 662 Following journalist.working in Dainik Asam ,the oldest assamese daily of 'The Assam Tribune' group for last 24 years as Deputy chief of News BureauKangkan Medhi @Kangkan_mdhi
655 Followers 109 Following Student, Department of Law, Gauhati University. President University Law College AASU unit (2021-22). Court Member Gauhati University(2021-22)Aranyak Saikia, IAS @aranyaksaikia
9K Followers 234 Following Assam-Meghalaya cadre| Economist | Columnist at Economic Times, EPW, DNA |St.Stephen’s | Delhi School of Economics | Formerly in IPS| RT not endorsementsDikshita Boruah @DikshitaBoruah5
5K Followers 2K Following 🙏জয় আই অসম 🙏 //professional makeup artist// ❣️Haters are my greatest motivators❣️msa jayanta puma @MsaJayanta
9 Followers 122 Following ❤হিয়াৰ দুৱাৰ তোমাৰ বাবে সদায় মুকলি কৰি ৰাখিছোঁ, কোনো অনুমতিৰ প্ৰয়োজন নাই মন গলেই আহিবা মোৰ কাষৰলে!❣️💕💕💓Prabal Changmai @PrabalChan238
0 Followers 3 FollowingRajkumar Kalita @kalita_raj36975
0 Followers 22 FollowingAnu Raag Sarma @AnuragSarmaZOO7
185 Followers 6K Following If nobody hates you,you're doing something wrong.Utpal Mal @malutpal8
1 Followers 68 Followingjintu sarma @jintusarma2887
1 Followers 28 FollowingDrimi Queen Das @DrimiQueen
26 Followers 459 Following Indian 🇮🇳 Love my Nation 🇮🇳❤️❤️💝 From North East Assam🌿🌿 Jai Hind🇮🇳Manas Protim Roy @manas_prot73974
0 Followers 17 FollowingAngshuman Borkotoky @AngshumanB57713
0 Followers 39 FollowingPorash P Borah @p_porash
66 Followers 2K FollowingDeepbijoy Konwar @DeepbijoyK
0 Followers 16 FollowingMalong Teron @MalongTeron2
49 Followers 374 Following Tribal rights activist l proud Indian l secular lPurnajyoti Dutta @PurnajyotiDutta
4 Followers 9 FollowingAshad Ullah @AshadUl27362588
1 Followers 5 FollowingRishav Parashar @rishavparasar
569 Followers 247 Following Assamese | Secular | TISS ‘26 | Northeast MattersShankar Jit Borah @ShankarJit658
1 Followers 10 FollowingHun Deori @HunDeori
2 Followers 8 FollowingMrinmoy phukan @mrinmoy_phukon
0 Followers 24 FollowingNiku Bora @nikubora166
2 Followers 8 FollowingAnkur Das @AnkurDa35884697
1 Followers 32 FollowingMotiur Rahman @MotiurR03857867
68 Followers 2K Following Single Life is Best Life Broken Heart touching 💔💔💔💔 Respect All of you 💗💗Sanjay gupta @Sanjayg21176867
0 Followers 147 FollowingAdaa @2397_Adaasa
1 Followers 43 FollowingTonmoy Borkotoky @tonyBjourno
439 Followers 480 Following Guwahati-based journalist; Digital Head, @NewsLiveGhyBITUPON PODDAR @BituponPod13511
0 Followers 2 FollowingAfidur Rahman @AfidurRahman3
0 Followers 51 FollowingHimanshu Moral @__h__moral__
0 Followers 6 Following Hello I am From Assam 📍 Vice President At Bahari Regional Student Union ✊🏻🔥 AASU LONG LIVE ✊🏻🔥Jayanta Borah @JayantaBor35117
1 Followers 22 FollowingAkash Acharyya @akash_acha51171
0 Followers 18 FollowingChem Buzz @buzz_chem50846
2 Followers 43 FollowingManab Konwar @ManabKonwar10
11 Followers 132 Followingদিপাঞ্জ.. @DipanjalBo92222
1 Followers 17 FollowingArpita @ArpitaSonowal
4 Followers 25 FollowingBenu Bora @BoraBenu
1 Followers 17 FollowingHemen Kalita @Hemen_Assam
2 Followers 60 FollowingTourism Dutta @tourism_dutta
0 Followers 8 FollowingKasmika Bora @KasmikaBora
1 Followers 113 FollowingAshmrit Das @dashmrit
6 Followers 261 FollowingAvikhit Rana Phukan @AvikhitPhukan
0 Followers 49 Following District Executive, All Tinsukia district student's union (AASU) ✊ জয় আই অসম।Bcomile @bcomile
16 Followers 243 FollowingDr. Samujjal Bhattach.. @SamujjalBhatta
59K Followers 376 Following Chief Advisor, All Assam Students' Union (AASU) & North East Students' Organisation | President, Asom Unnati Sabha | RTs & likes are not endorsements | MAA🙏🏻Lurinjyoti Gogoi @lurinjtgogoi
38K Followers 280 Following Official #Twitter handle of Lurinjyoti Gogoi / President, Assam Jatiya Parishad #AJP / Assam First Always and Forever / Ex. General Secretary, AASU #JoiAaiAxomBasanta Deka @basantadeka21
1K Followers 57 Following Physics teacher and political activist. Author of The Universe and God; and The Design, The Betrayal, The Assam Movement among others.Aranyak Saikia, IAS @aranyaksaikia
9K Followers 234 Following Assam-Meghalaya cadre| Economist | Columnist at Economic Times, EPW, DNA |St.Stephen’s | Delhi School of Economics | Formerly in IPS| RT not endorsementsMANAB DEKA /মান.. @manabdeka
14K Followers 254 Following MLA Lakhimpur Assam, BHARAT @BJP4India, ALUMNUS @StateIVLP.All Assam Students' U.. @AASUAssam
312 Followers 3 Following Official Account of All Assam Students’ Union ||জয় আই অসম||Sankor Jyoti Baruah @JyotiSankor
270 Followers 40 Following General Secretary, All Assam Students' Union(AASU)Bijay Shankar Bordolo.. @BijayBordoloi77
314 Followers 48 Following Chief Convernor,Asom Sena Central Committee Former President,All Jorhat District Students' UnionMriganka Garg @MrigankaGarg
398 Followers 354 Following অসমীয়া ❤️ Proud Indian 🇮🇳 Aspirant | Public Servant Alumni - Gauhati University.সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসীৰ সহযোগত অনুষ্ঠিত কেন্দ্ৰীয় ৰঙালী উৎসৱত অংশগ্ৰহণৰ কেইটামান মুহুৰ্ত্ত
অৰুণাচল প্ৰদেশত বসবাস কৰা চাকমা-হাজং শৰনাৰ্থী সকলক অসমত সংস্থাপিত কৰা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী @KirenRijiju ই কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰিছোঁ।অসমৰ মুখ্যমন্ত্ৰী @himantabiswa ই ইয়াক নস্যাৎ কৰি আগবঢ়োৱা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে।অৰ্থাৎ শাসকীয় দলৰ দুজন জ্যেষ্ঠ নেতাৰ…
এক পথ দুৰ্ঘটনাত পতিত হৈ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি নাথ আৰু সাংস্কৃতিক সম্পাদক জ্যোতিষ বৰদলৈৰ মৃত্যু হোৱাত অত্যন্ত মৰ্মাহত হৈছোঁ।আমাৰ বাবে এক ভাৱিব নোৱাৰা,অসহনীয় ঘটনা। সদৌ অসম ছাত্ৰ সন্থাৰ অতি নিষ্ঠাৱান নেতা দুগৰাকীৰ অকাল মৃত্যু আছু পৰিয়ালৰ…
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) দ্বাৰা পৰিচালিত সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত উত্তীৰ্ণ হৈ অসমক গৌৰৱাণ্বিত কৰা প্ৰত্যেকজন অসম সন্তানক আন্তৰিক অভিনন্দন জনাইছোঁ। সকলোৱে নিজ নিজ কৰ্মক্ষেত্ৰখনত সফলতা লাভ কৰাৰ লগতে ৰাজ্যখনত অধিক আগবঢ়াই নিয়াত নেতৃত্ব লব বুলি আশা ৰাখিলোঁ।…
নিখিল বড়ো ছাত্ৰ সন্থাৰ (ABSU) সভাপতি দ্বীপেন বড়োৰ ৰৌতাস্থিত বাসগৃহত সদৌ অসম ছাত্ৰ সন্থা,অসম উন্নতি সভা আৰু অসম সেনাৰ সতীৰ্থসকলৰ সৈতে উপস্থিত হৈ তেখেতৰ পিতৃৰ বিয়োগত শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনাওঁ আৰু স্বৰ্গগামী আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰো।
২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন আৰু শিক্ষাগুৰু,অভিভাৱক সকলক শ্ৰদ্ধা জনালোঁ।যিসকলে আশাকৰা ধৰনে ফল নাপালে,তেওলোকক হতাশ নহৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
"Knowledge gives us power, love gives us the fullness" Remembering the one who always shed light on the importance of teaching & education, Dr. Sarvepalli Radhakrishnan on his death anniversary. His excellency has remained an inspiration for all over the years.
@Utpal_Assam ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ দাদা ❤️
হাতীজান, তিনিচুকীয়া | Hatijan, Tinsukia জনতাৰ সঁহাৰিয়ে আমাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি কৰিছে৷ অন্যায় বিনাশী ন্যায় প্ৰতিষ্ঠাৰ হকে যুঁজি আহিছোঁ, যুঁজি আছোঁ, যুঁজি থাকিম৷ || জয় আই অসম ||
ফাগুনক দোলাদি সেউজীয়াৰ আভাৰে বিৰিখ-লতাক নতুনকৈ সজাই বসন্ত আকৌ আহিলে। বসন্তৰ অপৰূপ নান্দনিকতাৰ মাজেৰে কপৌ, নাহৰ আৰু কুলি-কেতেকীৰ মাতে আদৰি আনিলে অসমীয়াৰ প্ৰাণৰ আৰু অতিকৈ হেঁপাহৰ ৰঙালী বিহুটিক। সদৌটিলৈকে বাপতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাছিলোঁ।
অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ হিয়াভৰা ওলগ আৰু শ্ৰদ্ধা জনালোঁ।বহাগে আৰম্ভ কৰা নতুন বছৰটো সকলোৰে বাবে আশাৰ বছৰ হওক। নৱবৰ্ষই সকলোৰে বাবে সুখ,শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক-তাৰবাবে প্ৰাৰ্থনা জনাইছোঁ। #BohagBihu #Bihu
"I measure the progress of a community by the degree of progress that women have achieved." Fondly remembering the Bharat Ratna, Dr. B.R. Ambedkar on his birth anniversary. His efforts to serve equality has been an inspiration to all over the years. #AmbedkarJayanti #JaiBhim
ঐতিহাসিক জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আয়োজন কৰা মুকলি বিহুৰ কেইটামান মুহুৰ্ত্ত