প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰস্তুতি সম্পন্ন। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৫টা সমষ্টিত ভাগ্য নিৰ্ণয় হ'ব ৩৫গৰাকী প্ৰাৰ্থীৰ। ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হ'ব ভোটগ্ৰহণ। মুঠ ১০,০০১টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ। #Assam | #election